അർത്ഥം : যিজনে ধনু লৈ থাকে
ഉദാഹരണം :
ঋষিয়ে সাধুবেশী দুজন ধনুর্ধৰক বনত ঘূৰি ফুৰা দেখিলে
പര്യായപദങ്ങൾ : ধনুর্ধাৰী
അർത്ഥം : ধনু ধাৰণ কৰোতা
ഉദാഹരണം :
মহাভাৰতৰ যুদ্ধচ ধনুর্ধৰ অর্জুনে পাণ্ডৱক বিজয়ী কৰাত বিশেষ ভূমিকা গ্রহণ কৰিছিল
പര്യായപദങ്ങൾ : ধনুর্ধাৰী