അർത്ഥം : কেইবাজনো মানুহে কান্ধত তুলি ভাৰ বৈ নিয়া এবিধ বাহন
ഉദാഹരണം :
কইনা দোলাত বহি আছে
അർത്ഥം : চন্দুকৰ নিচিনা দোলাতকৈ অলপ ভিন্ন আকৃতিৰ বাহন যাক কঁ্হাৰে কান্ধত লৈ যায়
ഉദാഹരണം :
ৰজাই দোলাত বহি নগৰ ভ্রমণ কৰিবলৈ ওলালে
പര്യായപദങ്ങൾ : পাল্কী
അർത്ഥം : মন চঞ্চল হোৱা অৱস্থা
ഉദാഹരണം :
ৰাধাৰ সুন্দৰতা দেখি মোহনৰ মনত দোলা দি গʼল
പര്യായപദങ്ങൾ : দোলা দিয়া