അർത്ഥം : আৰতিৰ সময়ত জ্বলাই লোৱা চাকিৰ সমূহ
ഉദാഹരണം :
আৰতিৰ সময়ত পুজাৰীৰ এখন হাতত দীপকমালা আৰু আনখন হাতত ঘন্টা আছিল
പര്യായപദങ്ങൾ : দীপকমালা
അർത്ഥം : জ্বলি থকা দীপকৰ শাৰী
ഉദാഹരണം :
দিৱালীৰ ৰাতিত ৰমেশৰ ঘৰৰ দুৱাৰত দীপমালা সজ্জিত আছিল
പര്യായപദങ്ങൾ : দীপাৱলী