അർത്ഥം : যি সময়ৰ মাজত কোনো বিশেষ কথা থাকে
ഉദാഹരണം :
কলেজৰ দিনত আমি বহুত ফুর্তি কৰিছিলো
അർത്ഥം : শোৱাৰ পিছত কাম কৰাত পাৰ হোৱা চৌব্বিশ ঘণ্টাৰ মাজৰ বিশেষ সময়ছোৱা
ഉദാഹരണം :
মোৰ দিন ৰাতিপুৱা চাৰি বজাৰ পৰা আৰম্ভ হয়
പര്യായപദങ്ങൾ : দিৱস