അർത്ഥം : কোনো বস্তু বিক্রী কৰাৰ কাৰণে নিশ্চিত বা স্থিৰ কৰা মূল্য
ഉദാഹരണം :
আজিকালি আলুৰ দাম বহুত বাঢ়িল
പര്യായപദങ്ങൾ : দৰ
അർത്ഥം : কোনো বস্তুৰ সেই গুণ বা যোগ্যতা বা উপযোগিতা যাৰ আধাৰত তাৰ আর্থিক মূল্য নি্র্ধাৰণ কৰা হয়
ഉദാഹരണം :
হীৰাৰ মূল্য জহুৰীয়েহে জানে
പര്യായപദങ്ങൾ : মূল্য