അർത്ഥം : দানৰ টকা-পইচা থোৱা বা দিয়া কোনো পাত্র বা আধাৰ
ഉദാഹരണം :
তেওঁ মন্দিৰৰ দান-পাত্রত এশ টকা দিলে
പര്യായപദങ്ങൾ : দান-পাত্র
അർത്ഥം : যিজন ব্যক্তি দান পোৱাৰ বাবে উপযুক্ত
ഉദാഹരണം :
দান কেৱল দান-পাত্রকহে প্রদান কৰা উচিত
പര്യായപദങ്ങൾ : দান-পাত্র