അർത്ഥം : দলিত ্বর্গৰ সদস্য
ഉദാഹരണം :
চৰকাৰে দলিতৰ বিকাশৰ কাৰণে শক্তিশালী পদক্ষেপ লʼব লাগে
പര്യായപദങ്ങൾ : দলিত ব্যক্তি
അർത്ഥം : যাক অৱনমিত কৰি বহু তললৈ লৈ যোৱা হৈছে
ഉദാഹരണം :
বিদ্রোহীয়ে পদদলিত ভাৰতীয় সমাজৰ ভিতৰি ভিতৰি সংস্কাৰ সাধন কৰিছিল
പര്യായപദങ്ങൾ : পদদলিত
അർത്ഥം : যি দৰিদ্র আৰু পীড়িত
ഉദാഹരണം :
চৰকাৰে দলিত সমাজৰ বিকাশৰ কাৰণে কাম কৰা উচিত