അർത്ഥം : একো কৰিব নোৱাৰাকৈ কিহবাৰ ওপৰত যোৰ বা বল প্রয়োগ কৰা কার্য
ഉദാഹരണം :
গুণ্ডাবোৰে গোটেই বস্তীবাসীক ডাবি-ধমকি দি দবাই ৰাখিছে
പര്യായപദങ്ങൾ : দবোৱা
അർത്ഥം : কোনো কথাক বাঢ়িবলৈ নিদিয়া
ഉദാഹരണം :
হত্যাৰ বিষয়টোক আদালতলৈ যোৱাৰ আগতে দবাই ৰাখিলে
പര്യായപദങ്ങൾ : হেঁচি ৰখা