അർത്ഥം : এশ আশী ডিগ্রীত থকা প্রধান দিক্্সূচক বিন্দু
ഉദാഹരണം :
দক্ষিণ সদায় দক্ষিণ দিশৰ ফালেই থাকে
അർത്ഥം : দক্ষিণ দিশত অৱস্থিত ৰাজ্য বা প্রদেশ
ഉദാഹരണം :
সুৰেশ দক্ষিণৰ অধিবাসী
അർത്ഥം : দক্ষিণৰ সৈতে সম্বন্ধ থকা
ഉദാഹരണം :
সোমবাৰৰ পৰা নাটো বাহিনীয়ে দক্ষিণ আফগানিস্থানত সেনা অভিযান চলায় নিজৰ পৰিৱেশ নিজৰ নিয়ন্ত্রণত আনিলে
പര്യായപദങ്ങൾ : দক্ষিণী