അർത്ഥം : কোনো বস্তু বা ব্যক্তি এখন ঠাইৰ পৰা গৈ অন্য ঠাইত পোৱা অৱস্থা
ഉദാഹരണം :
মই আপোনাৰ বস্তুবাহানিবোৰ যথাস্থানত থৈ আহিছো
പര്യായപദങ്ങൾ : থৈ অহা
അർത്ഥം : কাৰোবাৰ লগত কোনো ঠাইলৈ পথত কোনো ধৰণৰ বিপদ নহʼবৰ কাৰণে যোৱা
ഉദാഹരണം :
মই হেৰোৱা লʼৰাটোক তাৰ ঘৰত থৈ আহিলোঁ
പര്യായപദങ്ങൾ : থৈ অহা