അർത്ഥം : অসাৱধানতাৰ কাৰণে কোনো কামৰ বিশেষ অংশত মনোযোগ আকর্ষিত নোহোৱা কার্য বা ৰৈ যোৱা কার্য
ഉദാഹരണം :
যদি আপুনি মগজুটো ঠাণ্ডা কৰি ৰাখিলেহেতেঁন তেনেহʼলে এইটো থাকি নাযায়
പര്യായപദങ്ങൾ : থকা
അർത്ഥം : বঞ্চিত হোৱা
ഉദാഹരണം :
সন্তোষে নিজ পিতৃৰ অন্তিম ্দর্শন কৰিবলৈ থাকি গʼল
പര്യായപദങ്ങൾ : ৰৈ যোৱা
അർത്ഥം : চালু হৈ থকা কোনো কাম বন্ধ হৈ যোৱা
ഉദാഹരണം :
বিজুলী সৰবৰাহ ব্যাহত হোৱাৰ কাৰণে অলপ কাম থাকি গʼল
പര്യായപദങ്ങൾ : ৰৈ যোৱা