അർത്ഥം : কোনো বস্তু আদি যিমান পৰিমাণৰ আছে তাতকৈ আৰু দুগুণ অধিক মাত্রাৰ এক পৰিমাণ
ഉദാഹരണം :
তিনিৰ তিনিগুণ ন
അർത്ഥം : দুগুণতকৈ আৰু এগুণ বেছি
ഉദാഹരണം :
যোৱা কিছু বছৰত তিনিগুণ মূল্যবৃদ্ধি হʼল
അർത്ഥം : যিমান আছে তাতকৈ আৰু দুগুণ বেছি
ഉദാഹരണം :
প্রতি বছৰৰ তুলনাত এই বছৰত তিনিগুণ বেছি শস্য উৎপাদন হৈছে
പര്യായപദങ്ങൾ : তিনি গুণ