അർത്ഥം : কোনো আধাৰৰ ওপৰত স্থিত হোৱা
ഉദാഹരണം :
অনন্ত নাগৰ ফনাৰ ওপৰত পৃথিৱী বর্তি থকা বুলি মনা হয়
പര്യായപദങ്ങൾ : বর্তি থকা
അർത്ഥം : কাৰোবাৰ সহায়ত ৰৈ থকা অৱস্থা
ഉദാഹരണം :
এই খুটাটোৰ সহায়ত চালিখন টিকি আছে
പര്യായപദങ്ങൾ : ৰৈ থকা