അർത്ഥം : কোনো বস্তু পাবৰ কাৰণে সমপর্যায়ৰ দলৰ মাজত হোৱা ভীষণ ্সংঘর্ষ
ഉദാഹരണം :
চৰকাৰ গঠন কৰিবৰ কাৰণে নেতাসকলৰ মাজত অৰিয়া-অৰি আৰম্ভ হৈছে
പര്യായപദങ്ങൾ : অৰিয়া-অৰি
അർത്ഥം : বস্তুবোৰৰ টনা-টনি বা সাল-সলনি পৰা কার্য
ഉദാഹരണം :
ৰেডিঅʼটোক টনা-আজোৰা নকৰিবা
പര്യായപദങ്ങൾ : টনা-টনি