അർത്ഥം : ধাতু আদি বস্তুৰ খুন্দা খোৱা বা বজা শ্্ব্দ
ഉദാഹരണം :
এই মোনাটোত পইচাৰ জনজননি শুনিবলৈ পাইছোঁ
പര്യായപദങ്ങൾ : জনজননি
അർത്ഥം : প্রতিধ্বনি উৎপন্ন হোৱা বা কৰা কার্য
ഉദാഹരണം :
ঘন্টাৰ ঝংকাৰ গোটেই মন্দিৰটোত গুঞ্জৰিত হʼল
പര്യായപദങ്ങൾ : ঝংকাৰ