അർത്ഥം : লক্ষণগত বা স্বভাৱগত ধ্বনি
ഉദാഹരണം :
মোৰ হৃদয় ভগৱত-প্রেমৰ ঝংকাৰত শুদ্ধ হৈ পৰিছে
അർത്ഥം : ঝন-ঝন শ্্ব্দ
ഉദാഹരണം :
ঘৰত নবোৱাৰীৰ পায়লৰ ঝংকাৰ মুখৰিত হৈ আছে
അർത്ഥം : প্রতিধ্বনি উৎপন্ন হোৱা বা কৰা কার্য
ഉദാഹരണം :
ঘন্টাৰ ঝংকাৰ গোটেই মন্দিৰটোত গুঞ্জৰিত হʼল
പര്യായപദങ്ങൾ : ঝনঝননি