അർത്ഥം : এক প্রকাৰৰ সৰু নৌকা যাক জাহাজত এইকাৰণে ৰখা হয় যাতে কিবা কাৰণত জাহাজ ডুবিব লগা হʼলে তাত উঠি যাত্রীয়ে নিজৰ প্রাণ ৰক্ষা কৰিব পাৰে
ഉദാഹരണം :
নাবিকজনে যাত্রীসকলক জাহাজখন ডুবিবলৈ ধৰাৰ আগজাননী দি সকলোকে জীৱন নৌকাৰ ব্যৱহাৰ কৰিবলৈ কʼলে
പര്യായപദങ്ങൾ : জীৱন-নৌকা