അർത്ഥം : যি জানিবলৈ ইচ্ছা কৰে বা জিজ্ঞাস কৰে
ഉദാഹരണം :
সৎসংগত সন্তজনে জিজ্ঞাসুসকলৰ প্রশ্নৰ উত্তৰ বৰ আগ্রহেৰে দি আছিল
പര്യായപദങ്ങൾ : অনুসন্ধিৎসু, উৎসুক, কুতুহলী, কৌতূহলী
അർത്ഥം : যিজনে জানিবলৈ ইচ্ছা প্রকাশ কৰে
ഉദാഹരണം :
শিক্ষাগুৰুৱে আনন্দ মনেৰে উৎসুক শিক্ষার্থীসকলৰ প্রশ্নৰ উত্তৰ দি আছিল
പര്യായപദങ്ങൾ : উৎসুক