അർത്ഥം : কোনো কাম আদি কৰিবৰ কাৰণে কাৰোবাৰ জিম্মাত দিয়া বা লোৱা
ഉദാഹരണം :
মালিকে সকলো কাম মোৰ ওপৰত জাপি দিলে
അർത്ഥം : কোনোৱে নিবিচাৰিলেও তেওঁৰ ওপৰত ্দায়িত্ব আদি ্অর্পণ ্কৰা
ഉദാഹരണം :
তেওঁ ্যোৱাৰ আগতে নিজৰ সকলো কাম মোৰ ওপৰত জাপি থৈ গʼল
പര്യായപദങ്ങൾ : থেলি থোৱা