അർത്ഥം : জপিওৱা কার্য ্বা ভাব
ഉദാഹരണം :
লাফ মাৰিলে হাত-ভৰি আদি ভঙাৰ সম্ভাৱনা থাকে
പര്യായപദങ്ങൾ : লাফ
അർത്ഥം : এঠাইৰ পৰা আনঠাইলৈ জপিয়াই যোৱা কার্য
ഉദാഹരണം :
তেওঁ একে জাপে নলা পাৰ হʼল
അർത്ഥം : কাপোৰ আদিত দিয়া তৰপ বিশেষ
ഉദാഹരണം :
তেওঁ ্জাপ দি কাপোৰখন চন্দুকত ভৰাই থʼলে
പര്യായപദങ്ങൾ : ভাঁজ