അർത്ഥം : জাগি থকা এক অৱস্থা
ഉദാഹരണം :
দুদিন ধৰি জাগাৰ কাৰণে তেওঁৰ চকু ৰঙা হৈ পৰিছে
പര്യായപദങ്ങൾ : জাগা
അർത്ഥം : অনুন্নত অৱস্থাৰ পৰা ওলাই কোনো বর্গ ্বা জাতিয়ে উন্নত অৱস্থালৈ আহিবলৈ প্রযত্ন কৰা অৱস্থা
ഉദാഹരണം :
১৮৫৭ চনৰ জাগৰণে লাহে-লাহে যুদ্ধৰ ৰূপ লʼলে