അർത്ഥം : চলয়মান ভীৰ বা যি ভীৰ কোনো ঠাইলৈ অহা যোৱা কৰিব পাৰে
ഉദാഹരണം :
মানুহ জুমৰ আগে আগে এদন যুৱক গৈ আছিল
പര്യായപദങ്ങൾ : জুম
അർത്ഥം : জোৰেৰে আগবাঢ়ি যোৱা জনসমূহ বিশেষ
ഉദാഹരണം :
সীমান্তত সৈনিকৰ দল দেখিবলৈ পোৱা গৈছে
പര്യായപദങ്ങൾ : দল