അർത്ഥം : সাপ আদি বগাই গʼলে সৃষ্টি হোৱা ধ্বনি
ഉദാഹരണം :
চৰচৰণি শুনি গাইজনী সচকিত হৈ পৰিল
അർത്ഥം : বতাহত কোনো বস্তু বেগেৰে ওলাই যোৱা শ্্ব্দ
ഉദാഹരണം :
ৰকেটৰ চৰচৰণি শুনি মানুহে উৎসুকতা বশতঃ ওপৰলৈ চাবলৈ ধৰিলে
പര്യായപദങ്ങൾ : চৰ-চৰণি