അർത്ഥം : মেকুৰী প্রজাতিৰ এবিধ হিংস্র বনৰীয়া জন্তু!
ഉദാഹരണം :
চিতাবাঘ বৰ বেগাই দৌৰিব পৰা জন্তু
പര്യായപദങ്ങൾ : চিতাবাঘ
അർത്ഥം : মৃতকক সৎকাৰ কৰা কাঠ বা বাঁহৰ মেজি
ഉദാഹരണം :
আজিৰ পৰিস্থিতি দেখি এনে লাগে যেন গান্ধীজীৰ চিতাৰ লগতে পৰস্পৰৰ সদ্ভাৱ, প্রেম, অহিংসা সকলো জ্বলি ্ছাঁই হৈ গʼল