അർത്ഥം : খেৰজাতীয় বস্তুৰে ঘৰৰ ওপৰ অংশত দিয়া আচ্ছাদন!
ഉദാഹരണം :
বৰষুণত ঘৰৰ চালৰ পৰা পানী পৰিবলৈ ধৰিলে
പര്യായപദങ്ങൾ : চাল
അർത്ഥം : গাখীৰ বা দৈ-ৰ ওপৰত গোটখোৱা ডাঠ চামনি
ഉദാഹരണം :
গৰম গাখীৰৰ ওপৰত ডাঠ সৰ পৰিছে
പര്യായപദങ്ങൾ : সৰ