അർത്ഥം : ওপৰৰ ভাগ বেঙুনীয়া আৰু তলৰ ভাগ বগা কন্দৰ এবিধ পাচলি-গছ
ഉദാഹരണം :
সীতাই শাকনিৰ পৰা চালগোম উঘালিছে
പര്യായപദങ്ങൾ : চালগোম গছ
അർത്ഥം : গাৰ ওপৰৰ ফালে পাতল বেঙুনীয়া আৰু তলৰ ফালে বগা ৰঙৰ এবিধ গোলাকাৰ কন্দ বা মূল
ഉദാഹരണം :
চালগোমেৰে তৰকাৰী আৰু চালাদ বনোৱা হয়