അർത്ഥം : হেঁ্চা প্রয়োগ কৰাৰ ফলস্বৰূপে উৎপন্ন হোৱা শক্তি
ഉദാഹരണം :
পানীৰ অত্যধিক চাপৰ কাৰণে বান্ধটো ভাঙিল
പര്യായപദങ്ങൾ : শক্তি
അർത്ഥം : একক কালিৰ ওপৰত প্রয়োগ কৰা বল
ഉദാഹരണം :
বায়ুমণ্ডলৰ চাপ জোখিবৰ বাবে চাপমান যন্ত্রৰ প্রয়োগ কৰা হয়