അർത്ഥം : গাড়ী অথবা কল-কাৰখানা আদিত লগোৱা চক্র বিশেষ যাক ধুৰাত লগাই ঘূৰালে গাড়ী বা কল-কাৰখানা চলোৱা হয়
ഉദാഹരണം :
এই গাড়ীখনৰ আগ চকাটো বেয়া হৈ গʼল
പര്യായപദങ്ങൾ : চকা
അർത്ഥം : খুটিৰ ওপৰত ঘূৰি থকা যি চক্রত কুমাৰে বাচন তৈয়াৰ কৰে
ഉദാഹരണം :
কুমাৰে বাচন বনাবৰ বাবে চাকখন ঘূৰালে