അർത്ഥം : এজোপা গছৰ মিহি আৰু দীঘলীয়া ফল, যাক তৰকাৰী হিচাপে খোৱা হয়
ഉദാഹരണം :
মায়ে চজিনাৰ তৰকাৰী ৰান্ধিছে
അർത്ഥം : তৰকাৰী হিচাপে খোৱা মিহি দীঘলীয়া ফলৰ এবিধ গছ
ഉദാഹരണം :
শ্যামে চজিনা গছৰ পৰা চজিনা চিঙিছে
പര്യായപദങ്ങൾ : চজিনা গছ