അർത്ഥം : কিছু সময় ধৰি বাজি থকা তীব্র ধ্বনি
ഉദാഹരണം :
যুদ্ধৰ নাদ শুনি ভীৰুবোৰৰ বুকু কঁপি উঠিল
പര്യായപദങ്ങൾ : নাদ
അർത്ഥം : যিহৰ উচ্ছাৰণ কৰাৰ সময়ত স্বৰতন্ত্রীৰ কম্পন হয়
ഉദാഹരണം :
সকলো স্বৰধ্বনিয়েই ঘোষ
പര്യായപദങ്ങൾ : সঘোষ