അർത്ഥം : গছপুলি আদি ৰুবৰ কাৰণে খেতিপথাৰ, বাগিছা আদিৰ অলপ দূৰে-দূৰে ঘূৰণীয়া কৰি সজা একধৰণৰ যতন বিশেষ
ഉദാഹരണം :
খেতিয়কে অসমান পথাৰডৰাত ঘেৰা সাজি আছে
അർത്ഥം : চাৰিওফালে ৰখা বা আগুৰি লোৱা
ഉദാഹരണം :
শ্যামে সিহঁতৰ বাগিচাখন কাঁইটীয়া তাঁৰেৰে ঘেৰি আছে
പര്യായപദങ്ങൾ : ঘেৰ দিয়া, ঘেৰি থকা, ঘেৰি লোৱা-, বেৰা
അർത്ഥം : চাৰিওফাল পৰা আৱদ্ধ কৰা বা ঘেৰি ধৰা
ഉദാഹരണം :
গাঁওবাসীয়ে এটা চোৰক ঘেৰিলে
പര്യായപദങ്ങൾ : ঘেৰি ধৰা