അർത്ഥം : কোনো বিশেষ অৱস্থাত বস্তুতঃ হোৱা কোনো কথা
ഉദാഹരണം :
মই মোৰ সৰু কালৰ ঘটনাবোৰ কোনো কাৰণতে পাহৰিব নোৱাৰোঁ
പര്യായപദങ്ങൾ : কথা
അർത്ഥം : কোনো নির্দিষ্ট সময়ত কোনো বিশেষ ঠাইত যি ঘটে
ഉദാഹരണം :
আজিৰ আচৰিত ঘটনাটোক লৈ সকলোৱে বৰ কষ্ট পালে