അർത്ഥം : এনে আকাৰ যাৰ উপৰিভাগৰ প্রতিটো বিন্দু তাৰ ভিতৰত থকা মধ্যবিন্দুৰ পৰা সমান দূৰত্বত থাকে
ഉദാഹരണം :
বল গোলাকাৰ হয়
പര്യായപദങ്ങൾ : গোল
അർത്ഥം : বৃত্ত বা চক্রৰ আকাৰৰ
ഉദാഹരണം :
গাড়ীত ঘূৰণীয়া চকা লগোৱা থাকে
പര്യായപദങ്ങൾ : ঘূৰণীয়া, চক্রাকাৰ, বর্তুল্াকাৰ, বৃত্তাকাৰ, মণ্ডলাকাৰ