അർത്ഥം : শস্যৰ বেচা-কিনা কৰা ঠাই
ഉദാഹരണം :
এই চহৰত এখন বৰ ডাঙৰ শস্য বজাৰ আছে
പര്യായപദങ്ങൾ : শস্য বজাৰ
അർത്ഥം : যিখন বজাৰত শস্য বা খুচুৰা বয়-বস্তুৰ দোকান আছে
ഉദാഹരണം :
জুই লগাৰ কাৰণে গোলাখনৰ ভালেমান দোকান পুৰি ছাই হৈ গʼল