അർത്ഥം : গাড়ী থোৱা কোনো অট্টালিকাৰ অংশ
ഉദാഹരണം :
চহৰৰ ডাঙৰঅট্টালিকাৰ তলত গেৰেজ থাকে
പര്യായപദങ്ങൾ : গেৰাজ
അർത്ഥം : গাড়ী-মটৰ আদি মেৰামতি কৰা ঠাই
ഉദാഹരണം :
এই গেৰেজটোত কেৱল দুচকীয়া বাহনৰহে মেৰামতি কৰা হয়
പര്യായപദങ്ങൾ : গেৰাজ