അർത്ഥം : পানীৰ তলত জমা হোৱা অশুদ্ধি বা সূক্ষ্ম উদ্ভিদ
ഉദാഹരണം :
কলহবোৰ সদায় পৰিষ্কাৰ নকৰিলে তাত গেদ জমা হয়
അർത്ഥം : তৰল পদার্থৰ তলিৰ ভাগত গোট খাই থকা ময়লা
ഉദാഹരണം :
তেওঁ তেলৰ গেদ ্চফা কৰি আছে
പര്യായപദങ്ങൾ : গেদেৰি