അർത്ഥം : গোলাকাৰ সৰু বস্তু বিশেষ
ഉദാഹരണം :
লʼৰাটোৱে বৰ মনোযোগেৰে ডালিমৰ দানা খাই আছে
പര്യായപദങ്ങൾ : দানা
അർത്ഥം : খেল-ধেমালিত ব্যৱহাৰ কৰা শিল, মাটি, প্লাষ্টিক আদিৰ সৰু টুকুৰা
ഉദാഹരണം :
লʼৰা-ছোৱালীবোৰে খেলিবলৈ গুটিবোৰ গোটাইছে