അർത്ഥം : গিলা কার্য
ഉദാഹരണം :
সাপটোৱে এটা ভেকুলী গিলাৰ পিছত দ্বিতীয় ভেকুলীৰ ফালে বেগাই গʼল
അർത്ഥം : খাদ্যনলীৰে কোনো বস্তু ডিঙিৰ তল অংশলৈ লৈ যোৱা
ഉദാഹരണം :
সাপে ভেকুলীটো গিলি থʼলে
പര്യായപദങ്ങൾ : গিলি থোৱা