അർത്ഥം : কোনো তৰল পদার্থৰে শৰীৰ তিওৱা কার্য
ഉദാഹരണം :
তুমিচোন ঘামেৰে গা-ধুই পেলালা
അർത്ഥം : শৰীৰ চাফা কৰিবলৈ পানীৰে ধোৱা কার্য
ഉദാഹരണം :
ককাদেউতাই জাৰৰ দিনত কুহুমীয়া পানীৰে গা-ধোৱে
പര്യായപദങ്ങൾ : প্রক্ষালন কৰা, স্নান কৰা
അർത്ഥം : যিজনে স্নান কৰিছে
ഉദാഹരണം :
গা-ধোৱা ব্যক্তিজনে ফাকু খেলিবলৈ হোহঁ্কা-পিছলা কৰি আছিল
പര്യായപദങ്ങൾ : স্নাত