അർത്ഥം : খোজকাঢ়িবলে বা দৌৰিবলে এঠাইৰ পৰা উঠাই আন এঠাইত ভৰি ৰখা কার্য
ഉദാഹരണം :
তেওঁ ্সোনকালে ঘৰ গৈ পাবলে দীঘল-দীঘলকৈ খোজ দিছিল
പര്യായപദങ്ങൾ : কদম
അർത്ഥം : এটা খোজেৰে ঠিক কৰা দূৰত্ব
ഉദാഹരണം :
মোৰ ঘৰ ইয়াৰ পৰা প্রায় আঠ-দহ খোজ দূৰত অৱস্থিত
പര്യായപദങ്ങൾ : কদম