അർത്ഥം : কোনো বস্তু আদিক আটক কৰিবলৈ লগোৱা সৰু খাৰু বিশেষ
ഉദാഹരണം :
তেওঁ ্ দুৱাৰৰ শিকলিডাল খাৰুত লগাই তলা মাৰি দিলে
പര്യായപദങ്ങൾ : খাৰুৱা
അർത്ഥം : শিকলিৰ ৰচীৰ এক অংশ
ഉദാഹരണം :
শিকলিৰ আঙুঠি চিগি বলদটোৱে খেতিৰ ফালে দৌৰিলে
പര്യായപദങ്ങൾ : আঙুঠি