അർത്ഥം : পাটোৱাৰীৰ ওচৰত থকা (বিশেষভাৱে কৃষক আদিৰ কাৰণে) খাতা বহীৰ নকল
ഉദാഹരണം :
খেতিয়কজনে খাতা বহী লʼবলৈ পাটোৱাৰীৰ ওচৰলৈ গৈছে
അർത്ഥം : আয় ব্যয় আদিৰ হিচাপ লিখা বহী
ഉദാഹരണം :
তেওঁ ্খাতা মেলি আয়-ব্যয়ৰ হিচাপ কৰি আছে
പര്യായപദങ്ങൾ : বহী