അർത്ഥം : যাৰ ওপৰত কৰ বা মাছুল লগোৱা হোৱা নাই
ഉദാഹരണം :
দোকানীজনে কৰমুক্ত খাদ্যৰ এখন তালিকা প্রস্তুত কৰি আছে
പര്യായപദങ്ങൾ : কৰ মুক্ত
അർത്ഥം : যʼত কৰ আৰোপ কৰা হোৱা নাই
ഉദാഹരണം :
ৰজাই দুর্ভিক্ষৰ কাৰণে প্রজাক কৰমুক্ত কৰি দিলে
പര്യായപദങ്ങൾ : কৰহীন