അർത്ഥം : দুটা ভাষাৰ মিশ্রণত হোৱা এক ভাষা
ഉദാഹരണം :
ক্রেওলত ইংৰাজী আৰু ফৰাচী ভাষাৰ মিশ্রণ হৈছে
പര്യായപദങ്ങൾ : ক্রীওল
അർത്ഥം : ৱেষ্টইণ্ডিজ বা লেটিন আমেৰিকাত জন্মা ইউৰোপীয় বংশধৰ
ഉദാഹരണം :
এইটো ক্রেওলবিলাকৰ বস্তী