അർത്ഥം : ঘোঁৰা আৰু সিংহ আদিৰ ডিঙি অংশৰ চুলি
ഉദാഹരണം :
কেশৰে সিংহৰ সৌন্দর্য বর্ধন কৰে
അർത്ഥം : উৎকৃষ্ট সুগন্ধিৰ কাৰণে প্রসিদ্ধ শীতপ্রধান দেশত হোৱা এবিধ গছ যাৰ সৰু-সৰু ঠাৰিৰ পৰা সুগন্ধি নি্র্গত হয়
ഉദാഹരണം :
কেসৰৰ পৰা পোৱা সুগন্ধি পদার্থৰ ব্যৱহাৰ ধর্ম ্কার্যটো কৰা হয়
പര്യായപദങ്ങൾ : কেসৰ