അർത്ഥം : শ্বেতাংগসকলে গণ্য কৰা আফ্রিকা, এছিয়া আদি দেশৰ ব্যক্তি
ഉദാഹരണം :
এই কৃষ্ণাংগসকলৰ ওপৰত কিমানদিনলৈনো অত্যাচাৰ চলিব !
പര്യായപദങ്ങൾ : কৃষ্ণাংগ
അർത്ഥം : যিজন বগা বা শ্বেত বর্ণৰ নহয়
ഉദാഹരണം :
ইংৰাজসকলে কʼলা মানুহৰ ওপৰত নি্র্মম অত্যাচাৰ কৰিছিল
പര്യായപദങ്ങൾ : কʼলা