അർത്ഥം : শুকান ঘাঁহ আদিৰ টুকুৰা
ഉദാഹരണം :
চৰাইয়ে কুটা কঢ়িয়াই কঢ়িয়াই নিজৰ বাহ সাজি আছে
പര്യായപദങ്ങൾ : খেৰ-কুটা
അർത്ഥം : ধূলি-বালি আদিৰ কণা চকুত সোমালে হোৱা পীড়া বা কষ্ট
ഉദാഹരണം :
মোৰ চকুত কুটা সোমাইছে
അർത്ഥം : কোনো বস্তুক দাঁতেৰে সৰু-সৰু টুকুৰা কৰা কার্য
ഉദാഹരണം :
মোৰ ঘৰত এটা ডাঙৰ নিগনিয়ে দিনে-ৰাতিয়ে কিবা নহয় কিবা কুটি থাকে
പര്യായപദങ്ങൾ : কুটি থকা
അർത്ഥം : পোক পৰুৱাই কাগজ কাপোৰ আদি খোৱা কার্য
ഉദാഹരണം :
উঁই ্পৰুৱাই আলমাৰিত থকা কিতাপবোৰো কুটিলে
പര്യായപദങ്ങൾ : কুটি খোৱা