അർത്ഥം : যি উপকৰণেৰে কিবা লিখা হয় যিহৰ দ্বাৰা লিখাৰ কাম কৰা হয়
ഉദാഹരണം :
প্রাচীন কালত মৌৰাৰ পাখি কলমৰ ৰূপত ব্যৱহাৰ কৰিছিল
പര്യായപദങ്ങൾ : কাপ
അർത്ഥം : কাঠ, ইকৰা আদিৰে তৈয়াৰ কৰা কোনো লেখন উপকৰণ যাক চিয়াহীত ডুবাই-ডুবাই লিখা হয়
ഉദാഹരണം :
ছাত্রই ইকৰাৰ কলমেৰে লিখি আছে
പര്യായപദങ്ങൾ : লেখনি