അർത്ഥം : কাৰোবাৰ বহুতো পত্নিৰ ভিতৰত পদ, ্মর্যাদা আদিত সৰু পত্নী
ഉദാഹരണം :
পাটৰাণীৰ কথাত ৰজাই কনিষ্ঠাক ঘৰৰ পৰা উলিয়াই দিলে
പര്യായപദങ്ങൾ : গৌণ পত্নী
അർത്ഥം : কেইবাগৰাকীও পত্নীৰ ভিতৰত যি গৰাকীক স্বামীয়ে কমকৈ মৰম কৰে
ഉദാഹരണം :
বৃদ্ধাৱস্থাত পাটৰাণীও কনিষ্ঠা হৈ পৰে