അർത്ഥം : যিজন মানুহৰ এটা চকু বেয়া
ഉദാഹരണം :
দোকানখনত দুজন কণা মানুহে পৰস্পৰৰ মাজত কাজিয়া কৰি আছিল
അർത്ഥം : অত্যন্ত সৰু অংশ বা টুকুৰা
ഉദാഹരണം :
ভগৱান প্রতিটো অণু-পৰমাণুতে ব্যাপি আছে
പര്യായപദങ്ങൾ : অণু, অণু-পৰমাণু, কণ
അർത്ഥം : যাৰ এটা চকু বেয়া বা যি এটা চকুৰে দেখা নাপায়
ഉദാഹരണം :
বসন্ত ওলোৱাৰ কাৰণে তেওঁৰ ্ এটা চকু বেয়া হৈ গʼল আৰু তেওঁ ্ কণা হৈ পৰিল
പര്യായപദങ്ങൾ : এটা চকুৱা